సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ఉదాహరణ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
పర్యాయపదాలు : অধোগত, অৱনত, অৱনমিত, পতিত
అర్థం : যি অৱনতিৰ পিনে অগ্রসৰ হৈছে
ఉదాహరణ : নিজৰ ভুল ক্রিয়া-কলাপৰ কাৰণে তেওঁ অধঃপতিত হৈছে
పర్యాయపదాలు : পতনশীল, পতনোন্মুখ
ఆప్ స్థాపించండి