సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
ఉదాహరణ : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
పర్యాయపదాలు : অনুক্ৰম, অনুলোম
అర్థం : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ఉదాహరణ : বেয়া গুণে মানুহৰ পতন ঘটায়
పర్యాయపదాలు : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
అర్థం : কোনো বস্তু পেলাই দিয়া কার্য
ఉదాహరణ : কোনে এই ফলবোৰ পেলালে ?
పర్యాయపదాలు : পেলোৱা
అర్థం : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ఉదాహరణ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
పర్యాయపదాలు : অধঃপাত, অৱনতি, পতন, স্খলন
ఆప్ స్థాపించండి