అర్థం : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
ఉదాహరణ :
ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
పర్యాయపదాలు : প্রাসাদ
అర్థం : যিটো ভৱন অতি ওখ
ఉదాహరణ :
তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
పర్యాయపదాలు : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
అర్థం : যি ভৱনত ভালেমান মহল থাকে
ఉదాహరణ :
মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
పర్యాయపదాలు : বহুমহলীয়া ভৱন