పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অটল అనే పదం యొక్క అర్థం.

অটল   বিশেষণ

అర్థం : যি সিদ্ধান্ত সলনি নহয়

ఉదాహరణ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

పర్యాయపదాలు : অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ

అర్థం : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা

ఉదాహరణ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে

పర్యాయపదాలు : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল

అర్థం : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

ఉదాహరణ : পাহাৰ-পর্বত স্থিৰ

పర్యాయపదాలు : অচল, অচৰ, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

అర్థం : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব

ఉదాహరణ : জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী

పర్యాయపదాలు : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত