అర్థం : বিদ্যাৰ অভাৱ
ఉదాహరణ :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
పర్యాయపదాలు : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
అర్థం : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
ఉదాహరణ :
অজ্ঞানতাই সকলো দুখৰ কাৰণ
అర్థం : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ఉదాహరణ :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
పర్యాయపదాలు : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
అర్థం : অবোধ হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ :
অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
పర్యాయపదాలు : অবোধতা