అర్థం : জড় হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
জড় পদার্থত ্জড়তা পোৱা যায়
పర్యాయపదాలు : চেতনহীনতা, চেতনাহীনতা, জড়তা, জড়ত্ব, জীৱনহীনতা
అర్థం : ৰোগ, ভয়, শোক আদিৰ কাৰণে উদয় হোৱা সেই অৱস্থা যʼত প্রাণী সংজ্ঞাহীন হৈ পৰে
ఉదాహరణ :
মামাৰ মৃত্যুৰ খবৰটো শুনি মামী মূর্চ্ছা গʼল
పర్యాయపదాలు : বেহুচ, মূচকচ, মূর্চ্ছা, সংজ্ঞাশূন্যতা
అర్థం : চেতনা নোহোৱা অৱস্থা বা ভাব
ఉదాహరణ :
কুষ্ঠৰোগ হোৱা ছালৰ অংশবোৰত অচেতনতা আহি পৰে
పర్యాయపదాలు : অচেতনা, চেতনাশূন্যতা, চেতনাহীনতা