సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অন্য কোনো চহৰ বা দেশলৈ অহা মানুহ
ఉదాహరణ : এই দলটোৱে অচিনাকিসকলক লুটপাত কৰে
అర్థం : কোনো অনিশ্চিত বা অকথিত
ఉదాహరణ : আপুনি অমুক ব্যক্তিৰ কথা কিয় মানি লয়
పర్యాయపదాలు : অমুক, অমুক-তমুক
అర్థం : যি পৰিচিত নহয়
ఉదాహరణ : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
పర్యాయపదాలు : অচিন, অজান, অজানা, অপৰিচিত
అర్థం : যিটো জ্ঞাত নহয়
ఉదాహరణ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
పర్యాయపదాలు : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অজান, অজানা, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা
ఆప్ స్థాపించండి