సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ఉదాహరణ : পাহাৰ-পর্বত স্থিৰ
పర్యాయపదాలు : অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
అర్థం : যি চলা-ফুৰা কৰিব নোৱাৰে
ఉదాహరణ : গছবোৰ সজীৱ সত্ত্বেও অচল
పర్యాయపదాలు : অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
అర్థం : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব নোৱাৰা কোনো বস্তু বা সম্পত্তি আদি
ఉదాహరణ : তেওঁ নিজৰ সকলো স্থাৱৰ সম্পত্তি বেচি দিলে
పర్యాయపదాలు : স্থাৱৰ
ఆప్ స్థాపించండి