సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
ఉదాహరణ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
పర్యాయపదాలు : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
అర్థం : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
ఉదాహరణ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
పర్యాయపదాలు : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ
అర్థం : শূন্যৰ পৰা নলৈকে সংখ্যা
ఉదాహరణ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
పర్యాయపదాలు : অংক
అర్థం : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
ఉదాహరణ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
పర్యాయపదాలు : অংক, নম্বৰ
అర్థం : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ఉదాహరణ : এক কোটি বহুত ডাঙৰ সংখ্যা
పర్యాయపదాలు : অংক, সংখ্যা, ৰাশি
అర్థం : সংখ্যাৰ চিহ্ন
ఉదాహరణ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
పర్యాయపదాలు : অংক, সংখ্যা
ఆప్ స్థాపించండి