సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
పర్యాయపదాలు : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
అర్థం : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
ఉదాహరణ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
పర్యాయపదాలు : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
అర్థం : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়
ఉదాహరణ : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়
పర్యాయపదాలు : অগ্রহণীয়
ఆప్ స్థాపించండి