అర్థం : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
ఉదాహరణ :
ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
అర్థం : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
ఉదాహరణ :
ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
పర్యాయపదాలు : নকটা
అర్థం : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
ఉదాహరణ :
আপোনাৰ যুক্তি অকাট্য
పర్యాయపదాలు : অকাট্য, অখণ্ডনীয়, পানী নসৰকা