అర్థం : অক্ষৰ অংশ
ఉదాహరణ :
মুম্বাই কিমান অক্ষাংশত স্থিত ?
అర్థం : ভূগোল শাস্ত্রত পৃথিৱীৰ পূবৰ পৰা পশ্চিমলৈ যোৱা সমান্তৰাল কাল্পনিক ৰেখাডাল
ఉదాహరణ :
তেওঁ ্ ভৌগোলিক মানচিত্রত অক্ষাংশ ৰেখাৰ স্থিতি চাই আছে
పర్యాయపదాలు : অক্ষ ৰেখা, অক্ষাংশ ৰেখা, অক্ষৰেখা