అర్థం : শৰীৰৰ কোনো অংগ বা অৱয়ব কাটি উলিওৱা বা পৃথক কৰা কার্য
ఉదాహరణ :
কেন্সাৰৰ কাৰণে তেওঁ নিজৰ ভৰিৰ অংগচ্ছেদ কৰিব লগা হʼল
పర్యాయపదాలు : অংগচ্ছেদন, অঙ্গচ্ছেদ, অঙ্গচ্ছেদন
అర్థం : কোনো অংগ আদি কাটি পৃথক কৰা কার্য
ఉదాహరణ :
শুনিবলৈ পোৱা যায় যে ছাহজাহানে তাজমহল বনোৱা কাৰিকৰৰ তাজমহল বনোৱাৰ পিছত অংগচ্ছেদ কৰিছিল
పర్యాయపదాలు : অংগচ্ছেদন