అర్థం : শৰীৰৰ বিভিন্ন ভাগ, যি কোনো বিশেষ কার্য ্ সম্পাদন কৰা
ఉదాహరణ :
অংগবোৰ লগ লাগি শৰীৰ গঠন হয়
పర్యాయపదాలు : অৱয়ব, দেহৰ অংগ, শাৰীৰিক অংগ
అర్థం : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
ఉదాహరణ :
এই সংস্থাৰ পাঁচটা অংগ আছে
పర్యాయపదాలు : শাখা