సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে
ఉదాహరణ : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে
పర్యాయపదాలు : অংকন কৰা, অঙ্কন কৰা
అర్థం : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা
ఉదాహరణ : তেওঁ ঘৰৰ ্নক্সা আঁকিছে
పర్యాయపదాలు : টনা
అర్థం : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়
ఉదాహరణ : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়
పర్యాయపదాలు : চিন লগোৱা, দাগ লগোৱা
ఆప్ స్థాపించండి