అమర్కోష్ భారతీయ భాషల ప్రత్యేక నిఘంటు వెబ్సైట్. ఒక పదం యొక్క అర్థం అది ఉపయోగించిన సందర్భానికి అనుగుణంగా మారుతుంది. ఇక్కడ పదాల యొక్క వివిధ సందర్భోచిత అర్థాలు ఉదాహరణ వాక్యాలు మరియు పర్యాయపదాలతో పాటు వివరంగా వివరించబడ్డాయి.
అమర్కోష్లో తెలుగు భాషకు చెందిన నలభై వేలకు పైగా పదాలు అందుబాటులో ఉన్నాయి. వెతకడానికి ఒక పదాన్ని నమోదు చేయండి.
అర్థం : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
ఉదాహరణ :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
అర్థం : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
ఉదాహరణ :
লতাই কুর্তাটোত বুটাম লগাই আছে
పర్యాయపదాలు : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
అర్థం : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
ఉదాహరణ :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
పర్యాయపదాలు : খটোৱা
అర్థం : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
ఉదాహరణ :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
పర్యాయపదాలు : অভিলেপ কৰা, চৰোৱা
అర్థం : কোনো সঠিক ঠাইত উপনীত কৰোৱা
ఉదాహరణ :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
అర్థం : কার্যত সংলগ্ন কৰোৱা
ఉదాహరణ :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
అర్థం : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
ఉదాహరణ :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
పర్యాయపదాలు : ওলোমাই থোৱা
అర్థం : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
ఉదాహరణ :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
పర్యాయపదాలు : লেপন লগোৱা, সনা
అర్థం : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
ఉదాహరణ :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
పర్యాయపదాలు : ব্যৱস্থিত কৰা, সজোৱা
అర్థం : ছাতি, চছমা আদি ধাৰণ কৰা
ఉదాహరణ :
আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
పర్యాయపదాలు : ধাৰণ কৰা
అర్థం : বিনিয়োগ কৰা
ఉదాహరణ :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
పర్యాయపదాలు : খটুৱা, বিনিয়োগ কৰা
అర్థం : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
ఉదాహరణ :
কামিজত বুটাম লগাই দিয়া
పర్యాయపదాలు : লগাই দিয়া