అర్థం : বঞ্চিত হোৱা
							ఉదాహరణ : 
							সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল
							
పర్యాయపదాలు : থাকি যোৱা
అర్థం : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
							ఉదాహరణ : 
							বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
							
పర్యాయపదాలు : থাকি যোৱা
అర్థం : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							ఉదాహరణ : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
పర్యాయపదాలు : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা
అర్థం : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা
							ఉదాహరణ : 
							পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল
							
పర్యాయపదాలు : বাদ পৰিল
అర్థం : বাকী থাকি যোৱা
							ఉదాహరణ : 
							ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল