అర్థం : পাকিস্তানত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
							
పర్యాయపదాలు : পাকিস্তানী ৰুপী, ৰুপী
అర్థం : ভাৰতত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
							
పర్యాయపదాలు : টকা, ভাৰতীয় টকা, ৰুপী
అర్థం : নেপালত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তেওঁ দহ আৰু বিশৰ নেপালী ৰুপিয়া দিছিল
							
పర్యాయపదాలు : নেপালীজ ৰুপী
అర్థం : ইণ্ডোনেছিয়াত চলা মুদ্রা
							ఉదాహరణ : 
							দহ হাজাৰ ৰুপিয়াত আমি সম্পূর্ণ ইণ্ডোনেছিয়াৰ ভ্রমণ কৰিলো