అర్థం : ব্রাজিলত চলা মুদ্রা
							ఉదాహరణ : 
							এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?
							
అర్థం : ছৌদি আৰবত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল
							
పర్యాయపదాలు : ছৌদি আৰব ৰিয়েল
అర్థం : য়েমেন তথা ইৰাণত চলা মুদ্রা
							ఉదాహరణ : 
							তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে
							
అర్థం : ওমানত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তেওঁ ঘৰলে এহেজাৰ ওমানী ৰিয়েল পঠিয়ালে
							
పర్యాయపదాలు : ওমানী ৰিয়েল
అర్థం : কম্বোডিয়াত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান
							
అర్థం : য়েমেনত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক
							
పర్యాయపదాలు : য়েমেনি ৰিয়েল
అర్థం : ইৰাণত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়
							
పర్యాయపదాలు : ইৰাণিয়ান ৰিয়েল