అర్థం : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
							ఉదాహరణ : 
							মাংসখিনি ভালদৰে সিজোৱা নাই
							
పర్యాయపదాలు : সিজোৱা
అర్థం : আহাৰ প্রস্তুত কৰা
							ఉదాహరణ : 
							মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
							
పర్యాయపదాలు : পকোৱা, পগোৱা, ৰন্ধা-বঢ়া কৰা