అర్థం : যিজন ব্যক্তিয়ে ৰক্ষা কৰে
							ఉదాహరణ : 
							দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে
							
పర్యాయపదాలు : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া
అర్థం : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
							ఉదాహరణ : 
							আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
							
పర్యాయపదాలు : উদ্ধাৰকাৰী, ত্রাণকর্তা
అర్థం : ৰক্ষা কৰোঁতা
							ఉదాహరణ : 
							মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল
							
పర్యాయపదాలు : দেহৰক্ষী, ৰক্ষাকর্তা