అర్థం : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
							ఉదాహరణ : 
							চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
							
పర్యాయపదాలు : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ
అర్థం : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
							ఉదాహరణ : 
							বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
							
పర్యాయపదాలు : সেউজীয়া