అర్థం : কোনো কার্যৰ ্বাকী নথকা
							ఉదాహరణ : 
							আপোনাৰ ভাত খোৱা হʼল নেকি
							
అర్థం : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
							ఉదాహరణ : 
							সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
							
పర్యాయపదాలు : সমাবেশ হোৱা
అర్థం : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
							ఉదాహరణ : 
							এতিয়া গধূলি হʼল  মেঘৰ পৰা বৰষুণ হয়
							
అర్థం : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
							ఉదాహరణ : 
							হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
							
పర్యాయపదాలు : থকা, স্থিত হোৱা
అర్థం : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
							ఉదాహరణ : 
							মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
							
అర్థం : প্রতিৰূপ হোৱা
							ఉదాహరణ : 
							মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে