అర్థం : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ
							ఉదాహరణ : 
							হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা
							
పర్యాయపదాలు : হিন্দী ভাষা
అర్థం : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়
							ఉదాహరణ : 
							মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ
							
అర్థం : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ