అర్థం : আয়-ব্যয় আদিৰ বিৱৰণ
							ఉదాహరణ : 
							বেংক কর্তৃপক্ষই প্রতিমাহতে হিচাপ-নিকাচ কৰে
							
పర్యాయపదాలు : হিচাপ, হিচাব, হিচাব-নিকাচ
అర్థం : কোনো বস্তু, কাম আদিৰ বিৱৰণ
							ఉదాహరణ : 
							এই পুৰণি মন্দিৰটোৰ হিচাব-নিকাচ পূজাৰীৰ হাতত আছে
							
పర్యాయపదాలు : লেখ-জোখ, হিচাব-নিকাচ