అర్థం : পাহৰি যোৱা অৱস্থা বা ভাৱ
							ఉదాహరణ : 
							পাহৰণৰ কাৰণে বস্তু বিচাৰিলেও পোৱা নাযায়
							
పర్యాయపదాలు : অপস্মাৰ, পাহৰণ, পাহৰণি, পাহৰি যোৱা-, প্রস্মৰণ, বিস্মৃতি, বিস্মৰণ, ভ্রম, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ
అర్థం : স্মৃতিহীন হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							মূৰত বেছি আঘাত পোৱা কাৰণে তেওঁ স্মৃতিহীনতাত ভুগিছে
							
పర్యాయపదాలు : প্রস্মৰণ, বিস্মৃতি, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ, স্মৃতিহীনতা