అర్థం : যিজনে নিজ ইচ্ছাৰে অধিকাৰৰ প্রয়োগ বা ব্যৱহাৰ কৰে
							ఉదాహరణ : 
							এই কোম্পানীটোৰ স্বেচ্ছাচাৰী মালিকজনে কোনো কর্ম্্চাৰীৰে একো কথা নুশুনে হিটলাৰ বহুত স্বেচ্ছাচাৰী আছিল
							
పర్యాయపదాలు : স্বৈৰাচাৰী
అర్థం : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
							ఉదాహరణ : 
							হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
							
పర్యాయపదాలు : কুণ্ঠাৰহিত, নিৰঙ্কুশ, বাধাহীন, লেকাম নাইকিয়া, স্বেচ্ছাকৃত