అర్థం : স্বেচ্ছাচাৰী হোৱা অৱস্থা
							ఉదాహరణ : 
							ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
							
అర్థం : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
							ఉదాహరణ : 
							ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
							
పర్యాయపదాలు : মইমতালি