అర్థం : যি চঞ্চল নহয়
							ఉదాహరణ : 
							মানুহজন গম্ভীৰ স্বভাৱৰ
							
పర్యాయపదాలు : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ
అర్థం : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা
							ఉదాహరణ : 
							কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়
							
అర్థం : যাৰ চিত্ত স্থিৰ
							ఉదాహరణ : 
							স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
							
పర్యాయపదాలు : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত