అర్థం : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম
							ఉదాహరణ : 
							তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে
							
పర్యాయపదాలు : পৰি্চর্যা
అర్థం : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য
							ఉదాహరణ : 
							আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে
							
అర్థం : নকৰ বা চাকৰৰ কাম
							ఉదాహరణ : 
							এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো
							
అర్థం : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি
							ఉదాహరణ : 
							ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়