అర్థం : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
							ఉదాహరణ : 
							ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
							
పర్యాయపదాలు : ফৌজ, সেনা, সেনানী, সেনাবাহিনী, সৈন্যদল
అర్థం : সেনাৰ সমূহ
							ఉదాహరణ : 
							আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
							
పర్యాయపదాలు : সেনাবাহিনী, সৈন্যদল