అర్థం : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
							ఉదాహరణ : 
							চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
							
పర్యాయపదాలు : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ
అర్థం : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
							ఉదాహరణ : 
							বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
							
పర్యాయపదాలు : হৰিৎ্বর্ণ
అర్థం : গছ-গছনি সেউজ ৰঙৰ হোৱা ~
							ఉదాహరణ : 
							পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল
							
అర్థం : যি শুকান বা মৰহি যোৱা নহয়
							ఉదాహరణ : 
							এই বাগিচাখনৰ সকলো গছেই সেউজীয়া
							
పర్యాయపదాలు : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী
అర్థం : যিটো সেউজীয়া বৰণৰ
							ఉదాహరణ : 
							গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে
							
పర్యాయపదాలు : হৰিৎ
అర్థం : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে
							ఉదాహరణ : 
							পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে
							
అర్థం : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে
							ఉదాహరణ : 
							জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে
							
పర్యాయపదాలు : সেউজীয়া সেউজীয়া