అర్థం : নাটকৰ ভূমিকাৰ বর্ণ্্না কৰি কাহিনী ভাগ আগবঢ়াই লৈ যোৱা এটি গুৰুত্বপূর্ণ চৰিত্র
							ఉదాహరణ : 
							সূত্রধাৰে মঞ্চলৈ আহি নাটকৰ শুভাৰম্ভ কৰিলে
							
పర్యాయపదాలు : কথক
అర్థం : যি কোনো কামৰ আৰম্ভণি কৰে
							ఉదాహరణ : 
							ইয়াৰ আঁত ধৰোঁতা কোন?
							
పర్యాయపదాలు : আঁত ধৰোঁতা, গুৰি ধৰোঁতা