అర్థం : আর্থিক লোকচানৰ পৰা পোৱা ৰক্ষা
							ఉదాహరణ : 
							বীমাই বিপত্তিৰ সময়ত সুৰক্ষা প্রদান কৰে
							
అర్థం : ভাল ধৰণে কৰা ৰক্ষা
							ఉదాహరణ : 
							এই দেশ সেইসকল বীৰৰ প্রতি কৃতজ্ঞ, যিসকলে দেশৰ সুৰক্ষাৰ কাৰণে সীমান্তত প্রহৰী হৈ আছে
							
పర్యాయపదాలు : নিৰাপত্তা, সুৰক্ষণ, ৰক্ষণাবেক্ষণ