అర్థం : কোনো বিশিষ্ট সময়
							ఉదాహరణ : 
							ইয়াত প্রতিবছৰে বিজয়াদশমী উপলক্ষ্যে ৰাম লীলাৰ আয়োজন কৰে
							
పర్యాయపదాలు : উপলক্ষ্য
అర్థం : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
							ఉదాహరణ : 
							পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
							
పర్యాయపదాలు : অনুজ্ঞা দান, মঞ্জুৰি, সন্মতি