అర్థం : প্রমাণিত হোৱা কার্য
							ఉదాహరణ : 
							সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়
							
పర్యాయపదాలు : প্রমাণ
అర్థం : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য
							ఉదాహరణ : 
							তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে
							
పర్యాయపదాలు : নি্র্ণয়
అర్థం : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য
							ఉదాహరణ : 
							বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল
							
పర్యాయపదాలు : নি্র্ণয়
అర్థం : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা
							ఉదాహరణ : 
							বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা
							
పర్యాయపదాలు : পৰিণতি