అర్థం : সিংহল দ্বীপৰ অধিবাসী
							ఉదాహరణ : 
							সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
							
పర్యాయపదాలు : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
అర్థం : সিংহল দ্বীপৰ ভাষা
							ఉదాహరణ : 
							শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
							
అర్థం : পালি, সিংহলী আদি ভাষা লিখা লিপি
							ఉదాహరణ : 
							তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
							
పర్యాయపదాలు : সিংহলী লিপি
అర్థం : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
							
పర్యాయపదాలు : শ্রীলংকান
అర్థం : সিংহল দ্বীপত থকা
							ఉదాహరణ : 
							বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
							
అర్థం : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
							ఉదాహరణ : 
							মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ