అర్థం : উপৰুৱাকৈ কৰা শৃংগাৰ
							ఉదాహరణ : 
							শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে
							
పర్యాయపదాలు : সাজন-কাচন
అర్థం : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
							ఉదాహరణ : 
							বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায়  মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
							
పర్యాయపదాలు : সাজ-সজ্জা
అర్థం : যি সাজ-সজ্জা কৰিছে
							ఉదాహరణ : 
							সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল