అర్థం : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
							ఉదాహరణ : 
							বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায়  মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
							
పర్యాయపదాలు : সাজোন-কাচোন
అర్థం : অলংকৃত কৰা বা সজোৱা কার্য
							ఉదాహరణ : 
							ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল
							
పర్యాయపదాలు : অলংকৰণ
అర్థం : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য
							ఉదాహరణ : 
							সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে
							
పర్యాయపదాలు : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা