అర్థం : কাৰোবাৰ কাম আদিত এনেধৰণে যোগ দিয়া কার্য ্যাৰ কাৰণে সেই কাম সোনকালে আৰু ভালদৰে হয়
							ఉదాహరణ : 
							এই কামটো কৰাত তেওঁ ্মোক সহযোগ কৰিলে
							
పర్యాయపదాలు : সহায়তা
అర్థం : এজনতকৈ অধিক ব্যক্তি একেলগ হৈ কোনো কাম কৰা কার্য ্বা ভাব
							ఉదాహరణ : 
							চাৰিখন দেশৰ সহযোগত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
							
పర్యాయపదాలు : সহযোগিতা