అర్థం : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
							ఉదాహరణ : 
							লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
							
పర్యాయపదాలు : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ
అర్థం : আৰম্ভণিৰ পৰা শেষলৈকে
							ఉదాహరణ : 
							তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে
							
పర్యాయపదాలు : আদ্যোপান্ত
అర్థం : কোনো অংশ বা খণ্ডৰ গোটেইখিনি
							ఉదాహరణ : 
							বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে
							
పర్యాయపదాలు : পূৰা
అర్థం : যʼত একো কম হৈ থকা নাই
							ఉదాహరణ : 
							তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে