అర్థం : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
							ఉదాహరణ : 
							ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
							
పర్యాయపదాలు : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
అర్థం : একেবাৰে ঠিক বা উচিত
							ఉదాహరణ : 
							ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
							
అర్థం : যিটো নৈতিকতাৰে ভৰি আছে
							ఉదాహరణ : 
							আমি উচিত কাম কৰা উচিত
							
పర్యాయపదాలు : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
అర్థం : যিটো নি্র্ধাৰিত বা নিশ্চিত
							ఉదాహరణ : 
							মই নিশ্চিত ঠাইত উপস্থিত হʼম
							
పర్యాయపదాలు : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত