అర్థం : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
							ఉదాహరణ : 
							সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
							
పర్యాయపదాలు : সংস্কৃত ভাষা
అర్థం : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে
							
అర్థం : যাক পৰিশোধন কৰা হৈছে
							ఉదాహరణ : 
							সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
							
పర్యాయపదాలు : পৰিমার্জিত