అర్థం : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
							ఉదాహరణ : 
							সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
							
పర్యాయపదాలు : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযম, সংযমন
అర్థం : যি ইন্দ্রিয়ক নিজৰ অধীনত ৰাখে বা ইন্দ্রিয়ৰ নিগ্রহ কৰোঁতা
							ఉదాహరణ : 
							ইন্দ্রিয়নিগ্রহী ব্যক্তিয়ে বাস্তৱিক সুখৰ আনন্দ লʼব পাৰে
							
పర్యాయపదాలు : ইন্দ্রিয়নিগ্রহী
అర్థం : যʼত সংযম থাকে
							ఉదాహరణ : 
							সংযমী ্কর্ম কৰি মানুহে নিজৰ জীৱন সফল কৰিব পাৰে