అర్థం : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা
							ఉదాహరణ : 
							প্রথমে এই কামটো সমাপ্ত কৰা
							
పర్యాయపదాలు : সমাপ্ত কৰা
అర్థం : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							ఉదాహరణ : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
పర్యాయపదాలు : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
అర్థం : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
							ఉదాహరణ : 
							মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
							
పర్యాయపదాలు : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা