అర్థం : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে
							ఉదాహరణ : 
							আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে
							
పర్యాయపదాలు : কেঁচুৱা, নৱজাত শিশু, নৱজাতক
అర్థం : কম বয়সীয়া লʼৰা বা ছোৱালী
							ఉదాహరణ : 
							তেওঁ শিশুৰ কাৰণেও গল্প লিখে  এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
							
పర్యాయపదాలు : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী