అర్థం : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
							ఉదాహరణ : 
							সীতাই সেউজীয়া ৰঙৰ শাৰী  পিন্ধিবলৈ ভাল পায়
							
అర్థం : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
							ఉదాహరణ : 
							ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
							
పర్యాయపదాలు : লানী
అర్థం : ক্রম অনুসাৰে হোৱা অৱস্থা
							ఉదాహరణ : 
							দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
							
పర్యాయపదాలు : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
అర్థం : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
							ఉదాహరణ : 
							উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
							
పర్యాయపదాలు : পংক্তি