అర్థం : যি শক্তিয়ে অধিকাৰ, বল বা সামর্থ্যৰ সহায়ত নিজৰ কাম কৰে
							ఉదాహరణ : 
							ইন্দিৰা গান্ধীয়ে ঊনৈশ শ পয়সত্তৰৰ শাসন কালত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল
							
అర్థం : ৰাজ্যৰ কাম॰ সঞ্চালনা
							ఉదాహరణ : 
							বর্ত্্মান দেশৰ প্রশাসন ভ্রষ্টাচাৰীৰ হাতত
							
పర్యాయపదాలు : প্রশাসন, ৰাজ্য ব্যৱস্থা, ৰাজ্যভাৰ