అర్థం : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
							ఉదాహరణ : 
							ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
							
పర్యాయపదాలు : ঠাণ্ডা
అర్థం : যি উদ্বিগ্ন নহয়
							ఉదాహరణ : 
							মোহনৰ জীৱন নিৰুদ্বিগ্ন
							
పర్యాయపదాలు : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
అర్థం : যাৰ চিত্ত স্থিৰ
							ఉదాహరణ : 
							স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
							
పర్యాయపదాలు : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
అర్థం : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
							ఉదాహరణ : 
							ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
							
పర్యాయపదాలు : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান