అర్థం : চিকিৎসাশাস্ত্রত ফোঁহা, ৰোগগ্রস্তঅংগ আদি কটা-টিঙা কৰা কার্য
							ఉదాహరణ : 
							এই ৰোগটোৰ চিকিৎসা অপাৰেচনৰ যোগেদিহে সম্ভৱ
							
పర్యాయపదాలు : অপাৰেচন, অপাৰেশ্যন, শল্য চিকিৎসা, শল্যকর্ম
అర్థం : শৰীৰৰ ভিতৰৰ কোনো অংশ আৰোগ্য কৰিবৰ কাৰণে কটা-চিঙা কৰি ভাল কৰিবৰ কাৰণে বিধান থকা শাস্ত্র বিশেষ
							ఉదాహరణ : 
							মাধৱে শল্যচিকিৎসাৰ অধ্যয়ন কৰি আছে
							
పర్యాయపదాలు : শল্য শাস্ত্র, শল্য-চিকিৎসা, শল্য-শাস্ত্র